ডিপফেকসমূহ হৈছে এক ধৰণৰ বিকল্প মেডিয়া | এই “ডিপফেক” পৰিভাষাটো হৈছে “ডিপ লাৰ্ণিং(গভীৰ অধ্যয়ন) আৰু “ফেক(মিচাঁ)”এই দুটা পৰিভাষাৰ সংমিশ্ৰণ | এই এইআই-সৃষ্ট মেনিপুলেশ্বনত বিদ্যমান ছবি, ভিডিঅ’ বা অডিঅ’ ৰেকৰ্ডিঙসমূহক বাস্তৱিক কিন্তু সম্পূৰ্ণৰূপে অতিৰঞ্জিত চিনসমূহলৈ পৰিৱৰ্তন কৰিবলৈ বা অতি উত্তমকৈ প্ৰতিস্থাপিত কৰা কাৰ্য্যসমূহক অন্তৰ্ভূক্ত কৰা হয় |

ডিপফেকসমূহৰ আটাইতকৈ ব্যৱহৃত প্ৰয়োগ হৈছে ভিডিঅ’সমূহৰ মেনুপুলেশ্বন কৰা | দ্বীপ লাৰ্ণিং এলগ’ৰিডিম, ব্যৱহাৰ কৰি, এটা মডেলক এজন ব্যক্তিৰ মূখৰ প্ৰকাশভংগী, অভিব্যক্তি, আৰু কথা কোৱাৰ ভংগীক মূল্যায়ন কৰিবলৈ আৰু মিমিক কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়|

ডিপফেক প্ৰযুক্তিবিদ্য়াত উপভোগ সম্ভাৱনীয়তা আছে, যেনে বোলছবি উদ্যোগত, স্পেচিয়েল এফেক্টৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব, কিন্তু ইয়াত ইয়াৰ সম্ভাৱনীয় অপ-ব্যৱহাৰৰো শংকা কৰা হৈছে | ডিপফেকসমূহক বিষয়বস্তুৰ ভুলকৈ প্ৰতিনিধিত্ব কৰা, ভূল তথ্য প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত নৈতিকতা আৰু সুৰক্ষাৰ প্ৰয়োগৰ প্ৰয়োজন হ’ব |